সৰাপাত- ভক্তি চাংমাই

সৰাপাত
ভক্তি চাংমাই
 ধেমাজি 

আপোনাৰ সান্নিধ্যত
এতিয়া ফাগুনৰ বতাহজাক নবলে।
অথচ সৰাপাতত আজিও ভাহি আহে
কলিজা ফাটি নিগৰি অহা এক যন্ত্ৰণা……