গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট ঔপন্যাসিকা পদুমী গগৈৰ নৱতম উপন্যাস ‘চ্চাওফা’ গ্ৰন্থখন অলপতে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট লেখক, চিন্তাবিদ সমালোচক ময়ূৰ বৰা, অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্য্য কান্ত হাজৰিকা, বিশিষ্ট লেখক ধীৰেন শৰ্মা, সাংবাদিক গকুল তালুকদাৰকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিতি থাকে৷