পুনৰ গুৱাহাটীৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

পুনৰ গুৱাহাটীৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ গুৱাহাটী মহানগৰীৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ। হাতীগাঁৱৰ কাছা লিমিটেডো এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীৰ নাম ঋতিকা সোণাৰ বুলি জানিব পৰা গৈছে। ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে লিভিইনত আছিল ঋতিকা। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱতীগৰাকীৰ মৃতদেহ  ৰখা হৈছে। এতিয়ালৈ  যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।