শৰৎৰ শেৱালী – হিয়া তালুকদাৰ November 5, 2023November 30, 2023 Rongili Barta শৰৎৰ শেৱালী হিয়া তালুকদাৰ টিহু শৰৎৰ শেৱালী কিমান যে আমোলমোল । শৰৎৰ শেৱালীৰ সুৱাসে মনো প্ৰাণোচ্ছল, কৰি তোলে । তাৰ কি যে এক মিঠা মাদকতা আছে গোটেই মানুহ তাৰ সুগন্ধিত গোন্ধত মোত যায়।