নিচা – মিনহাজ উদ্দিন

PC - Harvard Health
অণুগল্প:
নিচা
মিনহাজ উদ্দিন, বৰপেটা
সৎ সংগয় স্বৰ্গবাস,অসৎ সংগয় নৰক বাস। বিকাশ H.S পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰেমত ব্যৰ্থ হয়… বন্ধুৰ সতে কষ্ট দূৰ কৰিবলৈ গৈ মদ, ভাং, গাজা, ড্ৰাগছ ইত্যাদি খাই… পৰিনামত আজি উন্মাদ, বান্ধি থোৱা হৈছে গছৰ সতে, ঘৰৰ টকা পইছাও চুৰি কৰে, যʼতে যি পায় বিক্ৰী কৰে… অশ্লীল কথা বতৰা কয়, উপায়হীন ঘৰ সংসাৰ। অহাকালি পুলিছৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত।কেইদিনমান আগতে বিকাশৰ বন্ধু প্ৰানজিৎক ঘৰৰ মানুহে কঠিন শাসন কৰি মাৰধৰ কৰাৰ ফলত ফাঁচি লৈ আত্মহত্যা কৰে।