আপুনি বাজাজ কোম্পানীৰ দুচকীয়া বাহন  কিনিব বিছাৰিছে নেকি?তেন্তে আপোনাৰ বাবে আছে সু- খবৰ

আপুনি বাজাজ কোম্পানীৰ দুচকীয়া বাহন  কিনিব বিছাৰিছে নেকি?তেন্তে আপোনাৰ বাবে আছে সু- খবৰ

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাওঁ জিলাৰ ৰহা বাসীৰ বাবে এটি সু-খবৰ।আপুনি বাজাজ কোম্পানীৰ গাড়ী কিনিব বিচাৰিছে  নেকি?তেন্তে আপোনাৰ বাবে আছে এটি সু খবৰ। এতিয়া আপুনি নগাওঁ চহৰ, মৰিগাঁও নাইবা জাগীৰোডলৈ আৰু যাব নালাগে।আপুনি এতিয়া ৰহাতেই পাব বাজাজ কোম্পানীৰ সকলো ধৰণৰ গাড়ী। এতিয়াৰে পৰা আপুনি ৰহাৰ নতুন চাৰি আলিৰ পঞ্জাৱ নেলচলেন  বেংকৰ কাষত থকা বাজাজ কোম্পানীৰ পাইকাৰী বিক্ৰতা এফ,এম,ডব্লিও অটোমোবাইলচতে পাব বাজাজৰ সকলো ধৰণৰ গাড়ী। নতুন গাড়ী ক্ৰয় কৰিলে আপোনাৰ বাবে এটা স্মাট হাত ঘড়ী, তিনি লিটাৰ প্ৰেট’ল আৰু এটা হেমলেড।লগতে আছে পুৰণা গাড়ী দি নতুন গাড়ী লৈ যোৱাৰ সুবিধা। ইয়াতে আপনি পাব বীমা, পঞ্জীয়ন আৰু চাৰভিচিঙৰ সুবিধা।আপুনি আজিয়েই এফ,এম,ডব্লিও অটোমোবাইলচত আহক আৰু আপোনাৰ মন পছন্দৰ গাড়ী ক্ৰয় কৰি লৈ যাওক। নতুন গ্ৰাহকক অধিক জানিবলৈ 7086948293 নম্বৰত যোগাযোগ কৰিবলৈ শাখা পৰিচালক নৱজ্যোতি শইকীয়াই আহ্বান জনাইছে।