আগলি বতৰা – মুন শৰ্মা

PC VectorStock
অণুগল্প:
আগলি বতৰা
মুন শৰ্মা, লখিমপুৰ
যদিও কাতিক কঙালী বুলি কয়,অৰুণৰ বাবে এই এটি বৰ ৰঙালী মাহ,কাৰণ সৌ  সিদিনা উদং বুকুত আশা বান্ধি সিঁচি অহা বীজবোৰে, কাতিৰ  সেউজী পাততে লিখি দিয়ে অৰুণৰ ঘৰলৈ লখিমী হৈ যোৱাৰ আগলি বতৰা।