অহংকাৰেই পতনৰ মূল- এছ ইছলাম

PC - Freepik

অণুগল্প

অহংকাৰেই পতনৰ মূল

          এছ ইছলাম, শিক্ষক 

           পঃ মইনবৰী,বৰপেটা

ঘৰ মালিকে ঘৰৰ ভাড়া বৃদ্ধি কৰাত ভাড়াটিয়াই ভাড়া দিব নোৱাৰে। ফলত ঘৰ এৰি দিব লগা হয়।

কিছু বছৰৰ পিছত ঘৰ মালিক আৰু ভাড়াটিয়াই একেখন কেম্পত থাকিব লগা হয়।