গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

দিছ্পুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি বুদি হাবুঙে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নং আদালত কক্ষত মাননীয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই বুদি হাবুঙক অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায়।