ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে অসমলৈ সুনাম কঢ়িয়াই অনা পৰিচালক-প্ৰযোজক , অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীলৈ অভিনন্দন

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে অসমলৈ সুনাম কঢ়িয়াই অনা পৰিচালক-প্ৰযোজক , অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীলৈ অভিনন্দন

ৰঙিলী বাৰ্ত্তাসেৱা- ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ৰ বাবে অসমলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই অনা অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি “অনুৰ” , মিছিং ভাষাৰ শ্ৰেষ্ঠ ছবি “বুম্বা ৰাইড” , সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ” অনুনাদ” , শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্য , শ্ৰেষ্ঠ নৃতাত্ত্বিক চিনেমাৰ তিৱা ছবি Fire on Edge ৰ বাবে প্ৰণৱজ্যোতি ডেকা আৰু জুৰীৰ বিশেষ বঁটাৰ বাবে বাচনি কৰা ডাঃ জাহানাৰা বেগমক অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷আনহাতে,তৃণমূল কংগ্ৰেছৰ মেডিয়া অধ্যক্ষ দিলীপ শৰ্মাই কয় যে তেখেতসকলৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে অসমীয়া চলচ্চিত্ৰ উদ্যোগে এক অনন্য গতি আৰু মাত্ৰা পাব ৷