শাওণ – অলকানন্দ ঠাকুৰীয়া

Pc- istockphoto

শাওণ

অলকানন্দ ঠাকুৰীয়া
টিহু,নলবাৰী

ৰ’দ গৈ গৈ
বৰষুণ দিলে
প্ৰেমিক মেঘৰ চুমাৰে
পথাৰে প্ৰাণ পালে।

মাটিৰ চৰণ চুই
প্ৰণিপাত কৰি
শইচৰ সেউজ উৎসৱ
কৃষকে পাতে।