জ্যেষ্ঠ সাংবাদিক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান

জ্যেষ্ঠ সাংবাদিক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান। কামৰূপৰ ছয়গাঁওৰ কুকুৰমাৰাৰ বাসিন্দা সৌন্দৰ্য্য ঠাকুৰীয়া। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত মহানগৰীৰ হায়াত হাস্পতালত ৫৬ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে। একমাত্ৰ জীয়ৰী আৰু পত্নীক ইহসংসাৰত এৰি থৈ যায়।