লিমাৰিক – এছ ইছলাম

pc shutterstock
লিমাৰিক
এছ ইছলাম, শিক্ষক, বৰপেটা
শিক্ষকতা কৰি কৰি হ’লো অৱসৰ
টকা নাই স্কুলখন আছিল ভেঞ্চাৰ
জেপখন মোৰ খালি
ঘৈণীয়েকে পাৰে গালি
পেটৰ তাৰণাত হৈ পৰিলোঁ ডেঞ্চাৰ।