গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ শপত গ্ৰহণ 

গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ শপত গ্ৰহণ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰবীন ফুকনে আজি গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৷ গৌহাটী উচ্চ ন্যায়ালয়ৰ ক’ৰ্ট নং ১ ত অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানটোত মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই ন্যায়াধীশ ফুকনক শপত বাক্য পাঠ কৰোৱায় ৷