ৰিক্ত শ্ৰেণী কোঠা
এছ ইছলাম, শিক্ষক
পঃমইনবৰী, বৰপেটা
দুই হাজাৰ বাইছ চনৰ
ওঠৰ এপ্ৰিল
এজনো শিক্ষাৰ্থী নাপালোঁ
মুখ থেকেচা খালো
ৰিক্ত শ্ৰেণী কোঠা দেখা পালোঁ।
এপ্ৰিল ফুল এপ্ৰিল ফুল
অনুমান হ’ল মোৰ
এজনো ছাত্র-ছাত্ৰী অহা নাই
দিনটো বহিবহি কটালো হায়!
সম্মুখত সতী সাধিনীৰ
সোঁৱৰণী দিৱস
মহাপুৰুষ মাধৱদেৱৰ তিথি
পবিত্র ঈদ-উল ফিতৰৰ
প্ৰাৰ্থনা দিৱস।
