আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাসহ ডাবল মাৰ্ডাৰ কাণ্ডৰ তিনি অভিযুক্তক

 আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাসহ ডাবল মাৰ্ডাৰ কাণ্ডৰ তিনি অভিযুক্তক

ৰঙিলী বাৰ্ত্তাসেৱা- আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তিনি অভিযুক্তক । ৬ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিব বন্দনা কলিতাৰ। আনহাতে, দেওবাৰেই ৭ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছিল ধনটি আৰু অৰূপৰ। আৰক্ষীৰ জিম্মাৰ অন্ত পৰাত আজি তিনিওকে হাজিৰ কৰোৱা হ’ব আদালতত।