অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ

Pc Twitter

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ। এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। আইপিএলৰ দুখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীত। ৮ আৰু ১০  এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আইপিএলৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই কথা দুই এদিনতে বিচিচিআই আৰু এচিএই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। মাৰ্চত এসপ্তাহৰ বাবে অনুশীলনৰ বাবে গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছ দল।