আমাৰ গাঁও..- অভিলাষা গগৈ January 17, 2023 Rongili Barta আমাৰ গাঁও.. দূৰতে জিলিকি থকা সৌ মোৰ গাওঁখনি গছ-লতা হাবিৰে ভৰা মোৰ চেনেহী গাঁওখনি ইয়াতে থাকে সকলোৱে একতাৰে মিলিজুলি। অভিলাষা গগৈ পঞ্চম শ্ৰেণী ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়