বতাহ আৰু বৰষুণ…- অংকিতা গগৈ

Pc Youtube

বতাহ আৰু বৰষুণ…

ৰিৱ ৰিৱ বতাহ বলিছে,
এটুপ দুটুপকৈ বৰষুণৰ টোপাল পৰিছে।
লাহে লাহে বৰষুণ ডাঙৰকৈ আহিছে
মেঘে গাজিছে গুম গুমকৈ
ভেকুলীয়ে মাতিছে
টুৰ টুৰকৈ।
অংকিতা গগৈ
পঞ্চম শ্ৰেণী
টীয়ক,যোৰহাট