পুনৰ গুৱাহাটীৰ মাজমজিয়াত পিষ্টল দেখুৱাই দুৰ্বৃত্তই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

পুনৰ গুৱাহাটীৰ মাজমজিয়াত পিষ্টল দেখুৱাই দুৰ্বৃত্তই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটীৰ ৰাজগড়, কমাৰ্চ পইণ্টৰ কাষতে সংঘটিত হৈছে চুৰি ঘটনা।এখন মটৰ চাইকেলত অহা দুৰ্বৃত্তই পদপথেৰে গৈ থকা এগৰাকী মহিলাক পিষ্টল দেখুৱাই তেওঁ ডিঙিত পৰিধাণ কৰি থকা সোণৰ চেইন কাঢ়ি লৈ যায়। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চানমাৰি আৰক্ষীক অৱগত কৰিছে।