গুৱাহাটীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ফটাশিল আমবাৰীৰত বিধ্বংসী অগ্নিকাণ্ড।অগ্নিকাণ্ডত ১৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ।জুইত জাহ গ’ল প্রায় ডেৰশ পৰিয়ালৰ বাসগৃহ৷অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বহু সম্পত্তি ক্ষতি হয়৷স্হানীয় বিদ্যালয়ত থকাৰ ব্যৱস্হা কৰাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লয় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷