নিশাৰ এন্ধাৰত গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা

নিশাৰ এন্ধাৰত গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  নিশাৰ এন্ধাৰত গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ আলিকাষ পাৰ ঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ নাওৰ তলি ফুটাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। যন্ত্ৰচালিত নাওখন কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আহি আছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নাওখনত ২২ টা গৰু আৰু কেইবাজনো লোক আছিল ৷