মিছিং ডিৰ্বি কেবেঙৰ ৪২তম প্ৰতিস্থা দিৱসত বিধায়ক অমিয় কুমাৰ ভূঞা উপস্থিত

মিছিং ডিৰ্বি কেবেঙৰ ৪২তম প্ৰতিস্থা দিৱসত বিধায়ক অমিয় কুমাৰ ভূঞা উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা-  মিছিং ডিৰ্বি কেবেঙৰ ৪২তম প্ৰতিস্থা দিৱস উপলক্ষে মিছিং কালছাৰেল ছ’ছাইটি বিহপুৰীয়া জিলা সমিতি আৰু অপিং কিবাং আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা শিল্পী সমাৰোহত উপস্থিত থাকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় অমিয় কুমাৰ ভূঞা দেৱ। তেওঁ উল্লেখ কৰে যে অনাগত দিনত অসমত বাৰে বৰণীয়া নানা কলা কৃষ্টিৰে সমাহাৰেৰে ভৰপূৰ সাংস্কৃতিক তথা সাহিত্যক জগত খনৰ হকে কাম কৰি যাবলৈ পালে ভাগ্যৱান হ’ব বুলি মন্তব্য কৰে।