সম্পূর্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পূর্ণ প্রতিষ্ঠাপক মুলায়ম সিং যাদৱৰ

Pc times of india

সম্পূর্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পূর্ণ প্রতিষ্ঠাপক মুলায়ম সিং যাদৱৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক আৰু উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱক উত্তৰ প্ৰদেশৰ তেওঁৰ জন্মভূমি চৈফাইত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। তেওঁৰ অন্তিম যাত্ৰাত তেওঁক শেষবাৰলৈ চাবলৈ জনতাৰ ঢৌ প্লাৱিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি বহুৰাজনীতিবিদে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।