শিক্ষক নিযুক্তি কেলেংকাৰীত টিএমচিৰ বিধায়ক মানিক ভট্টাচাৰ্যক গ্ৰেপ্তাৰ 

Pc Zee News

শিক্ষক নিযুক্তি কেলেংকাৰীত টিএমচিৰ বিধায়ক মানিক ভট্টাচাৰ্যক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষক নিযুক্তি কেলেংকাৰীত তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্যক প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে। পাৰ্থ চেটাৰ্জীৰ পিছত নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা তেওঁ দ্বিতীয় জন টিএমচি বিধায়ক। ভট্টাচাৰ্য ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ। জুন মাহত কলিকতা উচ্চ ন্যায়ালয়ে তেওঁক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিছিল।