ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা

Pc The janambhumi

ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা।২০০৮ চনৰ,৩০ অক্টোবৰৰ বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।পূৰ্বে নিম্ন আদালতত দোষী সাব্যস্ত হৈছিল দৈমাৰীসহ ১৪জন।নিম্ন আদালতে ১৪জনক দিছিল যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।নিম্ন আদালতৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে।আন ৯ অভিযুক্তৰো পূৰ্বৰ ৰায় বাহাল ৰাখিলে ন্যায়ালয়ে।৪ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ।দোষমুক্ত হোৱা কেইজনৰ নাম অনচাই বড়ো, লখৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম আৰু জয়ন্তী ব্ৰহ্ম।ৰঞ্জন দৈমাৰী, অজয় বসুমতাৰী, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বচুমতাৰী, জৰ্জ বড়ো, ৰাজেন গয়াৰী আৰু বৈশাগী বসুমতাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল।