আজিৰ ৰাশিফল

Pc Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২ তাৰিখ সোমবাৰ , ইংৰাজী ১৯ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , নৱমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম পৰিবৰ্তনৰ যোগ আছে |
বৃষ = সমস্যা সমাধানৰ যোগ আছে |
মিথুন = আলহী আগমন ঘটিব |
কৰ্কট = নিজৰ কামত দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিব পাৰিব |
কন্যা = মনত হতাশা দেখা যায় |
তুলা = এলাহ বৃদ্ধি হব পাৰে |
বৃশ্চিক = ভ্ৰমণ যোগাযোগ পাব পাৰে |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হব |