জম্মু-কাশ্মীৰত বাছ খাৱৈত পৰি ১১ জন লোক নিহত

Pc NDTV.com

জম্মু-কাশ্মীৰত বাছ খাৱৈত পৰি ১১ জন লোক নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ পুঞ্চত এখন বাছ দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত কমেও ১১ জন লোক নিহত হয় আৰু ২৫ জন আহত হয়। খবৰ অনুসৰি বাছখন ৰাস্তাৰ পৰা পিছলি গৈ এটা গভীৰ খাৱৈত পৰে। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৫ লাখ কৈ ঘোষণা কৰে।