পদ্মশ্ৰী বঁটা প্ৰাপ্ত ৰামচন্দ্ৰ মাঁঝিৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ভোজপুৰী লোক নৃত্যশিল্পী তথা বিখ্যাত ‘লৌন্দা নাচ’ প্ৰদৰ্শক ৰামচন্দ্ৰ মাঁঝিৰ দেহাৱসান। ২০২১ চনৰ জানুৱাৰী মাহত কলা শাখাত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। ১২ বছৰ বয়সতে অভিনেতা, গায়ক, নৃত্যশিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰামচন্দ্ৰ মাঁঝিয়ে কিংবদন্তি ভিখাৰী ঠাকুৰৰ সৈতে কাম কৰি প্ৰশিক্ষণ লৈছিল।