আজিৰ ৰাশিফল

Pc Marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১৭ তাৰিখ শনিবাৰ , ইংৰাজী ৩ চেপ্তেম্বৰ |
শুক্লা পক্ষ , সপ্তমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = সঞ্চয় বৃদ্ধি হব |
বৃষ = বিবাদ নিষ্পত্তিৰ যোগ আছে |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব |
কৰ্কট = জ্ঞান লাভৰ যোগ আছে |
সিংহ = আত্মীয়ৰ লগত সুখ লাভ |
কন্যা = মনৰ পৰিবৰ্তন দেখা যায় |
তুলা = সমস্যাৰ সমাধান কৰিব পাৰিব |
বৃশ্চিক = নতুন বন্ধু লাভ হব |
ধনু = মানসিক অশান্তিত ভুগিব পাৰে |
মকৰ = ভ্ৰমণত কষ্ট আছে |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সাফল্য দেখা যায় |