টি-২০ বিশ্বকাপ ২০২২ ৰ বাবে ইংলেণ্ডৰ দল ঘোষণা

pc sports Ganga

টি-২০ বিশ্বকাপ ২০২২ ৰ বাবে ইংলেণ্ডৰ দল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা– পুৰুষৰ টি-২০ বিশ্বকাপ ২০২২ৰ বাবে ইংলেণ্ডে নিজৰ দল ঘোষণা কৰে।১৫ জনীয়া দলটোৰ নেতৃত্বত থাকিব জছ বাটলাৰে। দলটোত আছে ইয়ৰ্কশ্বাৰ কাউন্টিৰ পাঁচজন খেলুৱৈ।তদুপৰি, মাৰ্চমাহত শেষবাৰৰ বাবে ইংলেণ্ডৰ হৈ খেলা দ্ৰুত বলাৰ ক্ৰিছ ৱ’ক্স আৰু মাৰ্ক উড তেওঁলোকৰ  আঘাতৰ পৰা আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক দলত অন্তৰ্ভুক্ত কৰা হৈছে।