গৌতম আদানি বিশ্বৰ তৃতীয় ধনী ব্যক্তি

pc India Tv News

গৌতম আদানি বিশ্বৰ তৃতীয় ধনী ব্যক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  আদানি গ্ৰুপৰ ৬০ বছৰীয়া অধ্যক্ষ গৌতম আদানী ১৩৭ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ব্লুমবাৰ্গে জনোৱা মতে, এইবাৰ প্ৰথমবাৰৰ বাবে এজন এছিয়ান লোকে বিশ্বৰ শীৰ্ষ তিনিজন ধনী লোকৰ তালিকাত স্থান লাভ কৰিছে। ১৩৬ বিলিয়ন ডলাৰৰ সম্পত্তি থকা এলভিএমএইচৰ অধ্যক্ষ বাৰ্নাৰ্ড আৰ্ন’ল্টক অতিক্ৰম কৰিলে আদানীয়ে।