মুম্বাই বিমানবন্দৰৰ পৰা কামাল আৰ খানক গ্ৰেপ্তাৰ 

Pc Twitter

মুম্বাই বিমানবন্দৰৰ পৰা কামাল আৰ খানক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা–  ২০২০ চনত কামাল আৰ খানে পোষ্ট কৰা এটা বিতৰ্কিত টুইটৰ বাবে মালাদ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত কামাল আৰ খানক মালাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁক বৰিভালি আদালতত হাজিৰ কৰোৱা হ’ব।