ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ সংঘ চালক নীতিশ শৰ্মা দেৱৰ মৃত্যু

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ সংঘ চালক নীতিশ শৰ্মা দেৱৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ সংঘ চালক মাননীয় শ্ৰদ্ধাৰ নীতিশ শৰ্মা দেৱৰ আজি ৰাতিপুৱা ৪.৪২ বজাত বৈকুণ্ঠগামী হয়। তেখেতৰ মৃত্যুত আমি এজন অভিভাবক হেৰুৱালো । ভাৰতীয় জনতা পার্টিৰ ৰঙিয়া নগৰ মণ্ডলে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় । তেখেতৰ ৰ লগত ৰঙিলী বাৰ্তাৰ প্ৰতিস্থাপক সম্পাদক স্বৰ্গীয় মহেশ চন্দ্ৰ মেধিৰ এক সুকীয়া সম্পর্ক আছিলে। যিহেতু স্বৰ্গীয় মহেশ মেধি ৰঙিয়া কলেজৰ সাধাৰণ সম্পাদক ৰ দায়িত্বত থকা দিনৰে পৰা তেওঁৰ লগত সুমধুৰ সম্পর্ক আছিলে। নেদেখা জনৰ ওচৰত এইটো এ প্ৰাৰ্থনা যে তেওঁ স্বর্গগামী হওক। ৰঙিলী বাৰ্তা পৰিয়ালৰ ফলৰ পৰা এ সমবেদননা।
।। ওঁম্ শান্তি।।