‘টমেটো ফ্লু’ৰ ওপৰত ৰাজ্যসমূহক পৰামৰ্শ প্ৰদান কেন্দ্ৰৰ

Pc The Sentinel Assam

‘টমেটো ফ্লু’ৰ ওপৰত ৰাজ্যসমূহক পৰামৰ্শ প্ৰদান কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰই হাত, ভৰি আৰু মুখৰ ৰোগ বা টমেটো ফ্লুৰ ওপৰত ৰাজ্যসমূহক এক পৰামৰ্শ জাৰি কৰিছে। ই এক স্ব-সীমিত ৰোগ যিয়ে বেছিভাগেই ১-১০ বছৰ বয়সৰ সৰু ল’ৰা-ছোৱালী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা প্ৰাপ্তবয়স্কসকলক লক্ষ্য কৰি লয় আৰু ইয়াৰ চিকিৎসাৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই। এই ভাইৰাছৰ সৈতে SARS-COV-2, মাঙ্কিপক্স, ডেংগু বা চিকুনগুনিয়াৰ সম্পৰ্ক নাই। উত্তম প্ৰতিৰোধ হ’ল সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা আৰু চৌপাশৰ চেনিটাইজেচন।