হেৰা ফেৰী’ৰ প্ৰযোজক আব্দুল গফ্ফাৰ নাদিয়াদৱালাৰ ৯১ বছৰ বয়সত মৃত্যু 

Pc Jagran English

হেৰা ফেৰী’ৰ প্ৰযোজক আব্দুল গফ্ফাৰ নাদিয়াদৱালাৰ ৯১ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘হেৰা ফেৰী’ আৰু ‘লাহু কে দো ৰং’ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰবীণ প্ৰযোজক আব্দুল গফ্ফাৰ নাদিয়াদৱালাৰ ৯১ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।