আজিৰ ৰাশিফল

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ৩ তাৰিখ শনিবাৰ , ইংৰাজী ২০ আগষ্ট |
কৃষ্ণ পক্ষ , নৱমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = গৃহত অশান্তি দেখা যায় |
মিথুন = মানসিক অশান্তি বৃদ্ধি হব |
কৰ্কট = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
সিংহ = মানসিক উৎসাহ হ্ৰাস হব পাৰে |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = দেহ পীড়াই দেহত কষ্ট দিব |
বৃশ্চিক = অৰ্থগম বৃদ্ধি হোৱাৰ যোগ আছে |
ধনু = কৰ্মত জটিলতা দেখা যায় |
মকৰ = ৰোগ আৰোগ্য হব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব পাৰে |
মীন = নতুন আশাৰ সঞ্চাৰ হব