দৰং জিলাৰ শিশু সুৰক্ষা সমিতি আৰু ন্যায় বিচাৰ মণ্ডলীৰ বাচনি বিজ্ঞাপনত উচ্চ ন্যায়লয়ৰ স্বগিতাদেশ

Pc News On Air

দৰং জিলাৰ শিশু সুৰক্ষা সমিতি আৰু ন্যায় বিচাৰ মণ্ডলীৰ বাচনি বিজ্ঞাপনত উচ্চ ন্যায়লয়ৰ স্বগিতাদেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ইং ৫ জুলাই তাৰিখে ৰাজ্যিক শিশু সুৰক্ষা সমিটিৰ ৱেবছাইট www.scpsassam.org প্রকাশিত বিভিন্ন জিলাৰ শিশু সুৰক্ষা সমিতি আৰু শিশু ন্যায় বিচাৰ মণ্ডলীৰ ক্ৰমে সদস্য / সদস্যা আৰু সমাজ সেৱক / সেৱিকাৰ বাচনি সম্পৰ্কীয় বিজ্ঞাপনটি প্রকাশ কৰা হৈছিল। এই বিজ্ঞাপনত প্ৰকাশিত দৰং জিলাৰ শিশু সুৰক্ষা সমিটি আৰু শিশু ন্যায় বিচাৰ মণ্ডলীৰ ক্ষেত্ৰত মহামান্য উচ্চ ন্যায়লয়ৰ WP (C) No. 4933/2022 অধীনত ০১-০৮-২০২২ তাৰিখৰ নিৰ্দেশ অনুযায়ী বাচনি প্রক্রিয়া স্থগিত ৰথা হৈছে।