বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ

pc hindustan times

বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰে বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰে। কুমাৰে বিজেপিৰ সৈতে তেওঁৰ চৰকাৰৰ মিত্ৰতা সমাপ্ত কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। খবৰ অনুসৰি, তেওঁ লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ সমৰ্থনত ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ দাবী জনাব।