উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ

Pc Eastmojo Assam

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  উৎকোচ লোৱাৰ অভিযোগত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এজন।উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক।তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ।পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ।দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই পঞ্জীয়কগৰাকীক।