নগাঁৱৰ কচুৱা জুৰিৰপাৰৰ এজন ব্যক্তিৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ হৃদয়বান লোকলৈ সহায়ৰ আহ্বান

নগাঁৱৰ কচুৱা জুৰিৰপাৰৰ এজন ব্যক্তিৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ হৃদয়বান লোকলৈ সহায়ৰ আহ্বান

কচুৱা, ৰঙীল বাৰ্ত্তাসেৱা- ৰাইজে নখ জোকাৰিলে নৈ বয়। এজন দুৰ্ভোগীয়া ব্যক্তি, নাম ফকৰ উদ্দিন। নগাৱৰ কচুৱা জুৰিৰপাৰৰ ফকৰ উদ্দিন এক জটিল ৰোগত আক্ৰান্ত হৈ ধনৰ অভাৱত চিকিৎসাৰ বাবে থমকি ৰব লগা হোৱাত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে দৰিদ্ৰ পৰিয়ালটোৱে। ঘৰৰ মাটি বাৰি বেছি সৰ্বস্বান্ত হোৱা ফকৰ উদ্দিনৰ লাগে আপোনাৰ মোৰ এধানী সহায়। ডিঙিৰ এক জটিল ৰুগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত ঘৰতে থমকি ৰব লগা হোৱাত উপায়ন্তৰ হৈ সংবাদমাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে হৃদয়বান লোকৰ সহায় বিচাৰিছে ফকৰ উদ্দিনে। ডিঙিৰ অস্ৰোপচাৰৰ বাবে ফকৰ উদ্দিনক লাগে আপোনাৰ মোৰ এধানী সহায়ৰ হাত।
ষ্টেট বেংকৰ একাউণ্ট নম্বৰ – 36576977799 ,
IFSC Code- SBIN0011608 সহায় আগবঢ়াব পাৰিব। অথবা ফোন নম্বৰ +917086106103,
আপোনাৰ , মোৰ এধানী সহায়ে হয়তু ফকৰ উদ্দিন সুস্থ হৈ উঠাত সহায় হব।