পাঞ্জাৱী গায়ক বলৱিন্দৰ চাফ্ৰিৰ ৬৩ বছৰ বয়সত মৃত্যু

Pc Hindustan Times

পাঞ্জাৱী গায়ক বলৱিন্দৰ চাফ্ৰিৰ ৬৩ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  পাঞ্জাৱী গায়ক বলৱিন্দৰ চাফ্ৰিৰ ৬৩ বছৰ বয়সত মৃত্যু হয়। গায়কগৰাকীক হৃদযন্ত্ৰৰ সমস্যাৰ বাবে ২০২২ চনৰ এপ্ৰিলত ইউকেৰ উলভাৰহেম্পটনৰ নিউ ক্ৰছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ট্ৰিপল বাইপাছ অস্ত্ৰোপচাৰৰ পিছত, তেওঁ মগজুত ক্ষতিহোৱাৰ বাবে কোমালৈ যায়। চিকিৎসালয়ত ৮৬ দিন কটোৱাৰ পিছত, তেওঁক ডিচচাৰ্জ কৰা হৈছিল ।