ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা । বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই, আনহাতে কে এল ৰাহুল আৰু কুলদীপ যাদৱক ফিটনেছ সাপেক্ষে অন্তৰ্ভুক্ত কৰা হৈছে। দলটোত ৰবিচন্দ্ৰন অশ্বিন, ৰবি বিষ্ণোই, হৰ্ষল পেটেল, অৰ্শদীপ সিং আৰু আবেশ খানো অন্তৰ্ভুক্ত আছে।