মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ৰ সঞ্চালক পদৰ পৰা পদত্যাগ

মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ৰ সঞ্চালক পদৰ পৰা পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰিলায়েন্স জিঅ’ৰ বোৰ্ডে আকাশ আম্বানীক কোম্পানীৰ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে। ইফালে, কোম্পানীটোৱে ঘোষণা কৰে যে মুকেশ আম্বানীয়ে ২৭ জুন, ২০২২ তাৰিখে কাৰ্যকৰী হোৱাকৈ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছে। পৰিষদে পাঁচ বছৰৰ বাবে ৰিলায়েন্স জিঅ’ৰ পৰিচালনা সঞ্চালক হিচাপে পংকজ মোহন পাৱাৰক নিযুক্তি দিয়াত আৰু অনুমোদন জনাইছে।