অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কোভিড সংক্ৰমণৰ ঘটনা

অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কোভিড সংক্ৰমণৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কোভিড সংক্ৰমণৰ ঘটনা। যোৱা ২৪ ঘণ্টাত অসমত ৬০ জনলোক কোভিডত আক্ৰান্ত হৈছে।নতুনতৈ আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ৪০ জন লোক কামৰূপ মেট্ৰ’ৰ।আনহাতে কোভিড পজিটিভিটী হাৰ ৬.৭১ শতাংশলৈ বৃদ্ধি পাইছে।