বিৰোধীদলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ ৰাহুল গান্ধীৰ উপস্থিতিত মনোনয়ন দাখিল 

বিৰোধীদলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ ৰাহুল গান্ধীৰ উপস্থিতিত মনোনয়ন দাখিল 

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধীদলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাই দিল্লীৰ সংসদত মনোনয়ন দাখিল কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লা উপস্থিত আছিল। ৰাষ্ট্ৰপতি নিৰ্বাচন ১৮ জুলাইত অনুষ্ঠিত হ’ব।