অজয় দেৱগন আৰু টাবু অভিনীত ‘দৃশ্যম ২’ ১৮ নৱেম্বৰত মুক্তি 

অজয় দেৱগন আৰু টাবু অভিনীত ‘দৃশ্যম ২’ ১৮ নৱেম্বৰত মুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- অজয় দেৱগন আৰু টাবু অভিনীত ‘দৃশ্যম ২’ ১৮ নৱেম্বৰত ছবিগৃহত মুক্তি পাব। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অজয়ে মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল। চলচ্চিত্ৰখন অভিষেক পাঠকে পৰিচালনা কৰিছে আৰু ইয়াত অক্ষয় খান্না, শ্ৰিয়া চৰণ, ৰজত কাপুৰ আৰু ঈশিতা দত্তও অভিনয় কৰিছে। চলচ্চিত্ৰখন ২০১৫ চনৰ ছবি ‘দৃশ্যম’ৰ চিকুৱেল, যিখন প্ৰয়াত চলচ্চিত্ৰ নিৰ্মাতা নিশিকান্ত কামাতে পৰিচালনা কৰিছিল।