এফ আই এইচ প্ৰ’ লীগত নেডাৰলেণ্ডৰ হাতত ৪-১ব্যৱধানত ভাৰত পৰাস্ত 

Pc Sports Tak

এফ আই এইচ প্ৰ’ লীগত নেডাৰলেণ্ডৰ হাতত ৪-১ব্যৱধানত ভাৰত পৰাস্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- এফ আই এইচ প্ৰ’ লীগত নেডাৰলেণ্ডৰ হাতত ৪-১ গ’লৰ ব্যৱধানত ভাৰত পৰাস্ত হয়। খেলখনৰ নিয়মীয়া সময়ত ২-২ গ’লত ড্ৰ কৰাৰ পাছত শ্বুট আউটত ভাৰত নেডাৰলেণ্ডৰ হাতত পৰাস্ত হয়। এই পৰাজয়ৰ সৈতে, ভাৰতে এফ.আই.এইচ. প্ৰ’লীগ খিতাপ জয়ৰ পৰা প্ৰায় বাহিৰ হৈ গৈছে। লক্ষণীয়ভাৱে, ভাৰত বৰ্তমান ১৫ খন মেচৰ পৰা ৩০ পইণ্টৰ সৈতে তৃতীয় স্থানত আছে।