ভীম সেনাৰ মুৰব্বীক গ্ৰেপ্তাৰ 

ভীম সেনাৰ মুৰব্বীক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী আৰক্ষীয়ে ভীম সেনাৰ মুৰব্বী নৱাব সতপাল তানৱাৰক নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাক ভাবুকি দিয়া আৰু এটা ভিডিঅ’ত জিভা কাটি দিয়াৰ বাবে ১ কোটি টকা পুৰস্কাৰ ঘোষণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। “তানৱাৰে ঘৃণা বিয়পাবলৈ চেষ্টা কৰি জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ মন্তব্য কৰিছে। আমি তেওঁক গুৰুগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰিছো,” আৰক্ষীয়ে কয়।