সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত পঞ্জাৱ আৰক্ষীয়ে হাৰিয়ানাৰ পৰা দেৱেন্দ্ৰ ওৰফে কালাক আটক 

pc India.com

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত পঞ্জাৱ আৰক্ষীয়ে হাৰিয়ানাৰ পৰা দেৱেন্দ্ৰ ওৰফে কালাক আটক 

ৰঙিলী বাৰ্ত্তাসেৱা-  গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰত পঞ্জাৱ আৰক্ষীয়ে হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ দেৱেন্দ্ৰ ওৰফে কালাক আটক কৰিছে। বাতৰি অনুসৰি, দেৱেন্দ্ৰই আন দুজন হত্যাৰ সন্দেহযুক্ত ব্যক্তি চৰণজিৎ আৰু কেশৱক আশ্ৰয় প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে, পঞ্জাৱ আৰক্ষীয়ে ফতেহাবাদ জিলাৰ পৰা পৱন বিষ্ণোই আৰু নাছিবক গ্ৰেপ্তাৰ কৰিছিল।